বলাৰৰ বধ্যভূমি আই পি এল -পূৰ্ণানন্দ নেওগ
১৯৯৬ৰ বিশ্বকাপ ক্ৰিকেটৰ কথা। সেইবাৰ ভাৰতীয় উপ-মহাদেশত বিধ্বংসী হৈ উঠিছিল শ্ৰীলংকাৰ সনথ জয়সূৰ্য আৰু ৰমেশ কালুউইথাৰানা। বিশ্বকাপ ক্ৰিকেটৰ ইতিহাসত প্রথমবাৰৰ বাবে ক্ৰিকেটপ্ৰেমীয়ে বিস্ফোৰক নয়নে প্ৰত্যক্ষ কৰিছিল পিঞ্চ হিটিং। বলাৰৰ বাবে সন্ত্ৰাসৰ নাম হৈ পৰিছিল শ্ৰীলংকাৰ তাৰকা যুটিটো। ক্ৰিকেটত ‘পিঞ্চ হিটাৰ’ ধাৰণাই জনপ্ৰিয়তা অৰ্জন কৰিছিল বিশ্বকাপত জয়সূৰ্য আৰু কালুউইথাৰানাৰ সেই বিস্ফোৰক প্ৰদৰ্শনৰ পাছৰে পৰা। কিন্তু সময়ত যে তেনে মাৰমুখি বেটিঙে ক্ৰিকেটৰ পৰিভাষা সলাই আজিৰ অৱস্থা পোৱাবহি সেয়া ভাবিব নোৱাৰা কথা আছিল। সময় বাগৰাৰ লগে লগে ক্ৰিকেটৰ ব্যাকৰণত সংযোগ ঘটিছে নিত্য নতুন
Read more