ক্ৰিকেটকোষৰ কুইজ :: দীপজ্যোতি শৰ্মা
(১) ২০১১ বৰ্ষত আন্তঃৰাষ্ট্ৰীয় অভিষেক ঘটোৱা এইগৰাকী খেলুৱৈয়ে কেৰিয়াৰৰ প্ৰথম দুয়োখন এদিনীয়া মেচতেই (বাংলাদেশৰ বিৰুদ্ধে) পাঁচটাকৈ উইকেট দখল কৰিবলৈ সক্ষম হৈছিল ৷ উল্লেখ্য যে এই কৃতিত্ব অৰ্জন কৰা তেওঁ হ’ল বিশ্ব ক্ৰিকেটৰ একমাত্ৰ খেলুৱৈ ৷ কোন বাৰু ? (২) সাম্প্ৰতিক সময়ত ক্ৰিকেটৰ বহুলভাৱে প্ৰচলিত সংস্কৰণটো হ’ল টি২০ ক্ৰিকেট ৷ ইংলেণ্ড আৰু ৱেলছ্ ক্ৰিকেট ব’ৰ্ডৰ মাৰ্কেটিং মেনেজাৰ ষ্টুৱাৰ্ট ৰবাৰ্টছনক এই টি২০ সংস্কৰণৰ পিতৃ বুলি অভিহিত কৰা হয় ৷ তেওঁৰ চিন্তাৰ আধাৰতেই ২০০৩ চনত প্ৰথমখন টি২০ মেচ খেলা হৈছিল ৷ প্ৰশ্নটো হ’ল-
Read more